প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ ‘জিডিপি’লৈ ‘নীলা অৰ্থনীতি’ৰ অৱদান সম্পৰ্কীয় এটা প্ৰবন্ধ
प्रविष्टि तिथि:
08 JUN 2023 7:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ‘বিশ্ব মহাসাগৰ দিৱস’ত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কিৰেণ ৰিজুজুৰ এটা প্ৰবন্ধ ‘শ্বেয়াৰ’ কৰিছে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ‘টুইট’ কৰিছে:
"ভাৰতে ইয়াৰ বিস্তৃত উপকূল আৰু সামুদ্ৰিক সম্পদৰ সৈতে ইয়াৰ নীলা অৰ্থনীতিৰ সম্ভাৱনাসমূহক ব্যৱহাৰ কৰাত কেনেদৰে গুৰুত্ব আৰোপ কৰিছে সেই বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী @KirenRijiju জীয়ে লিখিছে।"
***
(रिलीज़ आईडी: 1931134)
आगंतुक पटल : 131
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam