প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দেশৰ যুৱপ্ৰজন্মক শক্তিশালী কৰাটো আমাৰ চৰকাৰৰ কামৰ এক বিশেষ লক্ষ্যঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 07 JUN 2023 1:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনে এক পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি বিষয়ক প্ৰবন্ধ, গ্ৰাফিক্স, ভিডিঅ' আৰু তথ্য শ্বেয়াৰ কৰিছে, যিসমূহৰ জৰিয়তে প্ৰতিজন যুৱক-যুৱতীৰ আশা-আকাংক্ষা পূৰণ হয়।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰেঃ

"দেশৰ যুৱপ্ৰজন্মক শক্তিশালী কৰাটো আমাৰ চৰকাৰৰ কামৰ এক বিশেষ লক্ষ্য। বিভিন্ন ক্ষেত্ৰত, আমি এক পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ যিসমূহৰ জৰিয়তে প্ৰতিজন যুৱক-যুৱতীৰ আশা-আকাংক্ষা পূৰণ হয়। #9YearsOfEmpoweringYouth"

*************************


(रिलीज़ आईडी: 1930698) आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Nepali , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada