প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পাপুৱা নিউ গিনিৰ সৰ্বোচ্ছ অসামৰিক বঁটাৰে সন্মানীত প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
22 MAY 2023 2:15PM by PIB Guwahati
পাপুৱা নিউ গিনি(পিএনজি)ৰ গৱৰ্ণৰ-জেনেৰেল ছাৰ বব ডাডাইয়ে চৰকাৰী আৱাসত এক বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক গ্ৰেণ্ড কম্পেনিয়ন অফ দ্য অৰ্ডাৰ অফ লগহু(জিচিএল)ৰে সন্মানীত কৰে। এয়া পাপুৱা নিউ গিনিৰ সৰ্বোচ্ছ অসামৰিক বঁটা আৰু এই বঁটা লাভ কৰোতাজনক “চীফ” উপাধি প্ৰদান কৰা হয়।
*****
(ৰিলিজ আই ডি : 1926835)
অতিথি কক্ষ : 192
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam