প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পাপুৱা নিউগিনিৰ প’ৰ্ট ম’ৰছবিত উপস্থিত প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
21 MAY 2023 8:06PM by PIB Guwahati
২০২৩ চনৰ ২১ মে’ৰ সন্ধিয়া প’ৰ্ট ম’ৰছবিত উপস্থিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী।
পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত জেমছ মাৰাপেই বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোডীক ১৯টা বন্দুক আৰু গাৰ্ড অৱ অনাৰৰ চেলুট প্ৰদান কৰা হয়।
ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমবাৰৰ বাবে পাপুৱা নিউগিনি ভ্ৰমণ। এই ভ্ৰমণে প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ দেশসমূহৰ সৈতে ভাৰতৰ ঘনিষ্ঠ বন্ধুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
*****
(रिलीज़ आईडी: 1926820)
आगंतुक पटल : 190
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam