প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ অৰুণাচল প্ৰদেশৰ জনজাতীয় নেতাসকলৰ
प्रविष्टि तिथि:
16 MAY 2023 9:00PM by PIB Guwahati
অৰুণাচল প্ৰদেশৰ জনজাতীয় নেতাসকলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
বাৰ্তালাপৰ এটা ভিডিঅ' প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"অৰুণাচল প্ৰদেশৰ জনজাতীয় নেতাসকলৰ সৈতে এক সুন্দৰ বৈঠক সম্পন্ন হয়। আমি ৰাজ্যখনৰ উন্নয়ন আৰু জনসাধাৰণৰ আকাংক্ষা পূৰণ সম্পৰ্কীয় বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰোঁ।"
*****
(रिलीज़ आईडी: 1925012)
आगंतुक पटल : 149
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam