প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এইমছ, হৃষীকেশত মিলেট কেফে মুকলিৰ শলাগ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 09 MAY 2023 10:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইমছ, হৃষীকেশত মিলেট কেফে মুকলিৰ শলাগ লৈছে।

কেন্দ্ৰীয় মন্ত্ৰী ডাঃ ভাৰতী প্ৰবীণ পাৱাৰৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে

"স্বাস্থ্য আৰু সুস্থতা সম্পৰ্কীয় এটা চৌহদত শ্ৰী অন্নক জনপ্ৰিয়কৰণৰ উত্তম উপায়।"

***


(ৰিলিজ আই ডি : 1924305) অতিথি কক্ষ : 125