প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰত্নিপোৰালৈ ৰেল সংযোগক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
11 MAY 2023 6:14PM by PIB Guwahati
অৱশেষত অৱন্তিপোৰা আৰু কাকাপোৰাৰ মাজত ৰত্নিপোৰা হল্টৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হ’ল বুলি ৰে’ল মন্ত্ৰালয়ে টুইটযোগে প্ৰকাশ কৰিছে। এই হল্টৰ ফলত সুগম পৰিবহণৰ লগতে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটিব।
ৰে’ল মন্ত্ৰালয়ৰ এটা টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
"জম্মু-কাশ্মীৰত যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ দিশত ভাল খবৰ।"
*****
(रिलीज़ आईडी: 1924095)
आगंतुक पटल : 197
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam