প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ৰেনেছাছ ইলেক্ট্ৰনিক্স’ৰ ‘মুখ্য কাৰ্যবাহী বিষয়া’ শ্ৰীযুত তোশী শিবাতাই প্ৰধানমন্ত্ৰীক সাক্ষাত্ কৰে

Posted On: 12 MAY 2023 8:39PM by PIB Guwahati

‘ৰেনেছাচ ইলেক্ট্ৰনিক্স’ৰ ‘মুখ্য কাৰ্যবাহী বিষয়া’ শ্ৰীযুত তোশী শিবাতাই নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰে।

‘ৰেনেছাচ ইলেক্ট্ৰনিক্স’ৰ এটি ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে

@RenesasGlobal ৰ ‘মুখ্য কাৰ্যবাহী বিষয়া’ শ্ৰীযুত তোশী শিবাতাৰ সৈতে এক ফলপ্ৰসূ বৈঠক অনুষ্ঠিত হৈ যায়। আমি প্ৰযুক্তি, উদ্ভাৱন আৰু ‘ছেমিকণ্ডাক্টৰ’ৰ জগতখনত ভাৰতে লাভ কৰা বিশেষ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰিলো।

***



(Release ID: 1924015) Visitor Counter : 105