প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্থানৰ উন্নত ব্যৱহাৰৰ সুবিধাসমূহ স্বীকাৰ কৰে

Posted On: 09 MAY 2023 10:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্থানৰ উন্নত ব্যৱহাৰৰ সুবিধাসমূহৰ কথা স্বীকাৰ কৰে।

এক ‘টুইট’যোগে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱে তথ্যৰ ‘ডিজিটাইজেশ্যন’ৰ ফলত মন্ত্ৰালয়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা, অধিক স্থান মুকলি হোৱাৰ বিষয়ে জানিবলৈ দিছিল।

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰীৰ ‘টুইট’ৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;

"বঢ়িয়া! এনে ধৰণৰ প্ৰচেষ্টাৰ ফলত প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্থানৰ উন্নত ব্যৱহাৰৰ সুবিধা ওলায়।"

 

***



(Release ID: 1923059) Visitor Counter : 103