প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰজা চাৰ্লছ-তৃতীয় আৰু ৰাণী কেমিলাক তেওঁলোকৰ ৰাজ্যাভিষেকৰ বাবে অভিনন্দন জনাইছে
পোষ্ট কৰা হৈছে:
06 MAY 2023 10:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰজা চাৰ্লছ-তৃতীয় আৰু ৰাণী কেমিলাক তেওঁলোকৰ ৰাজ্যাভিষেকৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।
এক ‘টুইট’যোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"ৰজা চাৰ্লছ-তৃতীয় আৰু ৰাণী কেমিলাক তেওঁলোকৰ ৰাজ্যাভিষেকৰ বাবে আন্তৰিক অভিনন্দন জনাইছো। আমি নিশ্চিত যে অনাগত বছৰসমূহত ভাৰত-ইউনাইটেড কিংডমৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব। @RoyalFamily"
***
(ৰিলিজ আই ডি : 1922438)
অতিথি কক্ষ : 182
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam