পোষ্ট কৰা হৈছে:
05 MAY 2023 11:15AM by PIB Guwahati
ৰায়বৰেলীৰ ‘মডাৰ্ণ ৰে'ল কোশ্ব ফেক্টৰী’য়ে আৰম্ভ হোৱাৰে পৰা ২০২৩ চনৰ এপ্ৰিল মাহত ১০,০০০ ডবা নিৰ্মাণৰে ৰচনা কৰা নতুন অভিলেখক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
ৰে'ল মন্ত্ৰালয়ৰ এটা ‘টুইট’ ‘শ্বেয়াৰ’ কৰি প্ৰধানমন্ত্ৰীয়ে কয়;
"অতিকে সুন্দৰ! এযা 'মেক ইন ইণ্ডিয়া' আৰু ৰে'ল খণ্ডক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰে এক অংশ।"
***