প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্রধানমন্ত্রীয়ে সীমান্ত পথ সংস্থাৰ পৰিকল্পনা দন্তকৰ দ্বাৰা ৬৪তম প্ৰতিষ্ঠা দিৱস উপলক্ষে গ্ৰহণ কৰা তৎপৰতাৰ প্ৰশংসা কৰে

प्रविष्टि तिथि: 05 MAY 2023 10:41AM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে সীমান্ত পথ সংস্থাৰ পৰিকল্পনা দন্তকৰ দ্বাৰা ৬৪তম প্ৰতিষ্ঠা দিৱস উপলক্ষে গ্ৰহণ কৰা তৎপৰতাৰ প্ৰশংসা কৰিছে।

ভূটানৰ থিম্পুত 'এণ্ড্যুৰিং ফ্ৰেইণ্ডশ্বিপ মাউণ্টেইন বাইক চেলেঞ্জ'ৰ ১০ম মেগা সংস্কৰণৰ আয়োজন সন্দৰ্ভত সীমান্ত পথ সংস্থাৰ এটা টুইট ৰিটুইট কৰি, প্ৰধানমন্ত্ৰীয়ে কয়:

"প্ৰশংসনীয় পদক্ষেপ।"

**********


(रिलीज़ आईडी: 1922158) आगंतुक पटल : 187
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , Odia , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Malayalam