প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সামগ্ৰিক কয়লা উৎপাদন বৃদ্ধিক প্ৰশংসা কৰে

प्रविष्टि तिथि: 03 MAY 2023 8:01PM by PIB Guwahati

২০২২-২৩ বৰ্ষত ভাৰতৰ মুঠ কয়লা উৎপাদন ২০১৮-২০১৯ বিত্তীয় বৰ্ষত ৭২৮.৭২ মেট্ৰিক টনৰ পৰা ২৩ শতাংশ বৃদ্ধি হৈ ৮৯৩.০৮ মেট্ৰিক টন হৈছে, কয়লা মন্ত্ৰালয়ে এক টুইটযোগে কয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইটযোগে কয়লা মন্ত্ৰালয়ৰ টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়:

"অঞ্চলটোৰ বাবে আৰু ভাৰতৰ সামগ্ৰিক অৰ্থনৈতিক প্ৰগতিৰ বাবেও ই এক ডাঙৰ খবৰ।"

অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰক-

https://pib.gov.in/PressReleasePage.aspx?PRID=1921662

 

***


(रिलीज़ आईडी: 1922153) आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam