প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশিষ্ট বিজ্ঞানী ডঃ এন. গোপালকৃষ্ণনৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
28 APR 2023 10:14AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট বিজ্ঞানী ডঃ এন. গোপালকৃষ্ণনৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“ডঃ এন. গোপালকৃষ্ণন জীৰ বিয়োগত শোকাহত হৈছোঁ। তেওঁ এজন বহুমুখী ব্যক্তিত্বৰ অধিকাৰী লোক আছিল। তেওঁ বিজ্ঞান আৰু শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গ’ল। ভাৰতীয় দৰ্শন সন্দৰ্ভত গভীৰ আধ্যাত্মিক জ্ঞান আৰু আগ্ৰহৰ বাবেও তেওঁ এজন সন্মানীয় লোক আছিল। তেওঁৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি।”
****
(रिलीज़ आईडी: 1921284)
आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam