প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় এমএছএমই বঁটা ২০২৩ৰ মনোনয়নৰ বাবে আমন্ত্ৰণ জনাইছে

प्रविष्टि तिथि: 29 APR 2023 8:42AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিযোগীসকলক ৰাষ্ট্ৰীয় এমএছএমই বঁটা ২০২৩ৰ বাবে মনোনয়ন প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে।

এমএছএমই মন্ত্ৰালয়ৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:

"নমস্কাৰ, এমএছএমই খণ্ডত প্ৰেৰণাদায়ক প্ৰচেষ্টাক মনোনীত কৰক যিয়ে সম্পদ সৃষ্টি কৰি আছে আৰু আমাৰ বিকাশৰ গতিপথৰ মূল্য বৃদ্ধি কৰিছে।"

***


(रिलीज़ आईडी: 1920841) आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam