প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলৰ জিইএম পৰ্টেল সন্দৰ্ভত এটি লেখা শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 20 APR 2023 12:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে ভিন্ন বিভাগত চৰকাৰী ই মাৰ্কেটপ্লেচ (GeM) প্লেটফৰ্মৰ প্ৰভাৱ সন্দৰ্ভত লিখা এটা লেখা শ্বেয়াৰ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীজনৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;

“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @PiyushGoyalয়ে @GeM_India প্লেটফৰ্মৰ জৰিয়তে কেনেদৰে বিভাগসমূহে সঞ্চয় কৰিবলৈ সক্ষম হৈছে আৰু ভেণ্ডৰসকলক স্বচ্ছ আৰু ন্যায্য প্ৰতিযোগিতাৰ প্ৰতি উৎসাহিত কৰিছে, সেই সম্পৰ্কে বিশদভাৱে লিখিছে।”

*****


(रिलीज़ आईडी: 1920670) आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam