প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আৰু মাজত মাত্ৰ ৭৫ দিন, ব্যাপক উদ্দীপনাৰে আন্তৰ্জাতিক যোগ দিৱস ২০২৩ পালন কৰিবলৈ নাগৰিকৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ আহ্বান
प्रविष्टि तिथि:
09 APR 2023 10:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক ব্যাপক উদ্দীপনাৰে আন্তৰ্জাতিক যোগ দিৱস ২০২৩ পালন কৰিবলৈ আহ্বান জনাইছে।
কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ এটা টুইট শ্বেয়াৰ কৰি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;
"আন্তৰ্জাতিক যোগ দিৱসলৈ ৭৫ দিনৰো কম সময় আছে, মই আপোনালোক সকলোকে ইয়াক ব্যাপক উদ্দীপনাৰে পালন কৰাৰ লগতে নিয়মীয়াকৈ যোগ কৰিবলৈ আহ্বান জনাইছো।"
**********
(रिलीज़ आईडी: 1920449)
आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
Punjabi
,
Gujarati
,
Kannada
,
Tamil
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Odia
,
Telugu