প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অৰুণাচল প্ৰদেশত ২৫৪ টা ৪জি মোবাইল টাৱাৰ স্থাপনত আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
23 APR 2023 9:46AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশত ২৫৪টা ৪জি মোবাইল টাৱাৰ স্থাপন কৰাত আনন্দ প্ৰকাশ কৰিছে৷
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱে এক টুইট বাৰ্তাত জানিবলৈ দিয়ে যে অৰুণাচল প্ৰদেশত ২৫৪টা ৪জি মোবাইল টাৱাৰ দেশবাসীৰ বাবে উৎসৰ্গিত কৰা হৈছে। ৩৩৬ খন প্ৰান্তীয় গাঁৱলৈ আগবঢ়োৱা এই উচ্চ গতিৰ ইণ্টাৰনেট সুবিধাই জনসাধাৰণৰ জীৱনলৈ পৰিৱৰ্তন সাধিব বুলি তেওঁ কয়।
কেন্দ্ৰীয় মন্ত্ৰীৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"অৰুণাচল প্ৰদেশত উন্নত যোগাযোগ ব্যৱস্থাক লৈ বহুত ভাল খবৰ।"
*******
(रिलीज़ आईडी: 1919467)
आगंतुक पटल : 149
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada