প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
যক্ষ্মামুক্ত ভাৰতৰ দিশত ৰাজ্যসভাৰ সাংসদ মহাৰাজা সানাজোৱাবা লেইশেইম্বাৰ প্ৰচেষ্টাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীয়ে
Posted On:
24 APR 2023 10:50AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যক্ষ্মামুক্ত ভাৰতৰ দিশত ৰাজ্যসভাৰ সাংসদ মহাৰাজা সানাজোৱাবা লেইশেইম্বাৰ প্ৰচেষ্টাৰ শলাগ লৈছে৷
ৰাজ্যসভাৰ সাংসদগৰাকীৰ এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;
“প্ৰশংসনীয় কাম৷ সমগ্ৰ ভাৰত ভাৰতক যক্ষ্মামুক্ত কৰাৰ দিশত ব্যাপক সজাগতা প্ৰচাৰ কৰি থকা হৈছে আৰু বহুলোকে একাংশ যক্ষ্মাৰোগীৰ চোৱাচিতাৰ দায়িত্ব লৈছে৷”
***
(Release ID: 1919455)
Visitor Counter : 108
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam