প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিহাৰক ৰাষ্ট্ৰীয় গেছ গ্ৰিডেৰে সংযোগ কৰা বাৰাউনী গুৱাহাটী পাইপলাইনৰ বিহাৰৰ অংশৰ কাম সম্পূৰ্ণ হোৱাটোক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 22 APR 2023 9:33AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অধীনত বিহাৰক ৰাষ্ট্ৰীয় গেছ গ্ৰিডেৰে সংযোগ কৰা বাৰাউনী গুৱাহাটী পাইপলাইনৰ বিহাৰৰ অংশৰ কাম সম্পূৰ্ণ হোৱাটোক প্ৰশংসা কৰে৷

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ এক টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়;

“এই পাইপলাইনে বিহাৰৰ প্ৰগতিত যথেষ্ট অৱদান আগবঢ়াব৷”

***


(रिलीज़ आईडी: 1918928) आगंतुक पटल : 171
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam