প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ধৰিত্ৰী দিৱস উপলক্ষে আমাৰ গ্ৰহটোৰ মংগলৰ বাবে কাম কৰাসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
22 APR 2023 9:19AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধৰিত্ৰী দিৱস উপলক্ষে আমাৰ গ্ৰহটোক উন্নত কৰাৰ বাবে কাম কৰা সকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়,
“ধৰিত্ৰী দিৱসত মই আমাৰ গ্ৰহটোক উন্নত কৰাৰ বাবে কাম কৰা সকলোৰে শলাগ লৈছো। প্ৰকৃতিৰ সৈতে মিলাপ্ৰীতিৰে জীয়াই থকাটো আমাৰ সংস্কৃতি আৰু ইয়াৰ সৈতে সংগতি ৰাখি বহনক্ষম উন্নয়নক আগুৱাই নিয়াৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ।”
***
(ৰিলিজ আই ডি : 1918922)
অতিথি কক্ষ : 161
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam