প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কোট্টায়াম(সৱৰীমালা)ত গ্ৰীণফিল্ড বিমানবন্দৰ প্ৰকল্পৰ বাবে ছাইট ক্লিয়াৰেন্স হোৱাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
प्रविष्टि तिथि:
18 APR 2023 10:33AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কোট্টায়াম (সবৰীমালা)ত গ্ৰীণফিল্ড বিমানবন্দৰ প্ৰকল্পৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ২২৫০ একৰৰো অধিক মাটি ছাইট ক্লিয়াৰেন্স কৰা বাবে তেওঁলোকক প্ৰশংসা কৰিছে।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে,
“পৰ্যটন আৰু বিশেষকৈ আধ্যাত্মিক পৰ্যটনৰ বাবে এক উত্তম খবৰ।”
*****
(रिलीज़ आईडी: 1918060)
आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam