প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুৱাহাটী এইমছক লৈ নাগৰিকৰ প্ৰতিক্ৰিয়াৰ উত্তৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
15 APR 2023 9:51AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটী এইমছ সন্দৰ্ভত নাগৰিকৰ টুইটৰ উত্তৰ দিয়ে।
ৰাজেশ ভাৰতীয়ৰ এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ
“এইমছৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰাটো অতি সন্তোষজনক পদক্ষেপ আৰু স্বাস্থ্যসেৱাক অধিক সুলভ আৰু সহজ কৰি তোলাৰ বাবে আমি অধিক কাম কৰিম”।
উত্তৰ-পূবত ছুপাৰ স্পেচিয়েলিটি ট্ৰিটমেণ্টৰ উপলব্ধতাৰ বিষয়ে টুইট কৰা অধ্যাপক (ডাঃ) সুধীৰ দাসক উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়,
"হয়, এই সুবিধাই উত্তৰ-পূবৰ মোৰ ভাই-ভনীসকলক বহুত সহায় কৰিব।"
যোৰহাটৰ বাসিন্দা দিপাংকৰ পৰাশৰৰ এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে,
"উদ্বোধন কৰা বা আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ ফলত অসমৰ উন্নয়নৰ পথ আৰু অধিক মসৃণ হ’ব।"
***
(रिलीज़ आईडी: 1917885)
आगंतुक पटल : 129
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam