প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মন কী বাতক লৈ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰৰ লেখা শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
17 APR 2023 6:01PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰৰ ‘এজ মন কী বাত ৰিচেছ ১০০, ইট হেজ স্পাৰ্কড মাচ এক্সন এক্ৰছ দ্য কান্ট্ৰি’ শীৰ্ষক লেখাটি শ্বেয়াৰ কৰিছে।
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰীজনৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;
"কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @ianuragthakurয়ে বিষয়বস্তু তথা একেদৰে জনতা আৰু সামগ্ৰিকভাৱে সমাজৰে যোগাযোগৰ উদ্ভাৱনীমূলক উপায়ৰ দৃষ্টিকোণেৰে #MannKiBaat যে অনন্য, সেই সম্পৰ্কে লিখিছে।"
***
(ৰিলিজ আই ডি : 1917841)
অতিথি কক্ষ : 139
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam