প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে পদ্মশ্ৰী বঁটা বিজয়ী শ্ৰী প্ৰেমজিত বৰিয়াৰ দ্বাৰা উপস্থাপন কৰা শিল্পকৰ্ম ভাগ-বতৰা কৰে
পোষ্ট কৰা হৈছে:
16 APR 2023 10:09AM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে পদ্মশ্ৰী বঁটা বিজয়ী শ্ৰী প্ৰেমজিৎ বৰিয়াজীৰ ডিউৰ বিখ্যাত স্থানসমূহৰ শিল্পকৰ্মৰ ভাগ-বতৰা কৰে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে
"কেইদিনমান আগতে মই শ্ৰী প্ৰেমজিৎ বৰিয়া জীৰ পৰা এই আশ্চৰ্যকৰ শিল্পকৰ্মসমূহ লাভ কৰিছিলো ৷ তেখেতক অলপতে পদ্মশ্ৰী প্ৰদান কৰা হৈছে। কামবোৰত ডিউৰ বিখ্যাত চিহ্নসমূহ অন্তৰ্ভুক্ত আছে। এবাৰ চাওক।"
"ইয়াত শ্ৰী প্ৰেমজিত বৰিয়া জীৰ আৰু কিছু শিল্পকৰ্ম আছে। মই লগতে আশা কৰোঁ যে এই কামে আপোনালোক সকলোকে অগন্তুক সময়ত ডিউ ভ্ৰমণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।"
***
(ৰিলিজ আই ডি : 1917538)
অতিথি কক্ষ : 170
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam