প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বন্দে ভাৰতক লৈ কৰা এগৰাকী নাগৰিকৰ ভিডিঅ’ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 16 APR 2023 10:07AM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে বন্দে ভাৰত এক্সপ্ৰেছ সন্দৰ্ভত এগৰাকী নাগৰিকে তেওঁৰ অভিজ্ঞতাৰ আধাৰত প্ৰস্তুত কৰা এটা ভিডিঅ' শ্বেয়াৰ কৰিছে।

বন্দে ভাৰতৰ ওপৰত এটা টুইট ভিডিঅ' ৰাজস্থানৰ প্ৰেছ ইনফৰ্মেচন ব্যুৰোৰ দ্বাৰা শ্বেয়াৰ কৰা হৈছিল, এই টুইটটো ৰিটুইট কৰি প্ৰধানমন্ত্ৰীয়ে কয় - "আৰজে চুফীয়ে তেওঁৰ বন্দে ভাৰত যাত্ৰাৰ ওপৰত আলোকপাত কৰা দেখি ভাল লাগিছিল।"

*****


(रिलीज़ आईडी: 1917168) आगंतुक पटल : 184
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam