প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মোজাম্বিকত মেড ইন ইণ্ডিয়া ৰে’লত যাত্ৰা কৰিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে

মেড ইন ইণ্ডিয়া অভিযানৰ অগ্ৰগতিৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 16 APR 2023 9:55AM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে মেড ইন ইণ্ডিয়া অভিযানৰ অগ্ৰগতিৰ বাবে আনন্দ প্ৰকাশ কৰে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী এছ জয়শংকৰে মোজাম্বিকৰ পৰিবহণ মন্ত্ৰী মেটিয়াছ মেগালাৰ সৈতে মাপুটুৰ পৰা মাচাভালৈ ‘মেড ইন ইণ্ডিয়া’ ৰে’লত কৰা যাত্ৰাৰ সম্পৰ্কে কৰা টুইটৰ প্ৰত্যুত্তৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে৷

প্ৰধানমন্ত্ৰীয়ে টুইটত লিখেঃ

“এইটোৱে প্ৰতিগৰাকী ভাৰতীয়ক সুখী কৰিব! @makeinindiaই বিশ্বত অগ্ৰগতি অব্যাহত ৰাখিছে৷”

***



(Release ID: 1917021) Visitor Counter : 116