প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কাশীয়ে সকলোৰে বাবে অপেক্ষা কৰিছে আৰু ইয়ালৈ ভ্ৰমণৰ বাবে অহা সকলোকে মন্ত্ৰমুগ্ধ কৰিবঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 15 APR 2023 9:38AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এগৰাকী নাগৰিকে কাশী ভ্ৰমণৰ ১০টা কাৰণ উল্লেখ কৰা এটা টুইটৰ সঁহাৰি জনায়৷

প্ৰধানমন্ত্ৰীয়ে টুইটত লিখেঃ

“মই একমত, কিন্তু মই আৰু অধিক কাৰণ যোগ দিম, যাৰ সংখ্যা ১০তকৈ অধিক৷

কাশীয়ে সকলোৰে বাবে অপেক্ষা কৰিছে আৰু ইয়ালৈ ভ্ৰমণৰ বাবে অহা সকলোকে মন্ত্ৰমুগ্ধ কৰিব৷”

***


(रिलीज़ आईडी: 1917008) आगंतुक पटल : 141
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam