প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উগাণ্ডাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৃদ্ধিত প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
12 APR 2023 5:47PM by PIB Guwahati
উগাণ্ডাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৃদ্ধি পোৱাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰে।
উগাণ্ডাত ইণ্ডিয়া এক্সিম বেংকৰ অৰ্থ সাহায্যত সৌৰ শক্তিচালিত পাইপযুক্ত খোৱা পানী যোগান প্ৰণালী সন্দৰ্ভত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৰা এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"উগাণ্ডাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৃদ্ধি কৰাৰ উপৰিও, এই প্ৰকল্পটোৱে বহনক্ষম উন্নয়ন সাধন কৰিব।"
*************************
(ৰিলিজ আই ডি : 1916707)
অতিথি কক্ষ : 147
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam