প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ ১ম অ’ভাৰ ডাইমেনচনেল কাৰ্গ’ আৰু অ'ভাৰ ওৱেট কাৰ্গ'ত প্ৰধানমন্ত্ৰীৰ সন্তোষ প্ৰকাশ
পোষ্ট কৰা হৈছে:
14 APR 2023 8:59AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-বাংলাদেশ প্ৰট'কল ৰুটেদি পাণ্ডু মাল্টিমডেল প'ৰ্টত উপস্থিত হোৱা নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ ১ম অ'ভাৰ ডাইমেনচনেল কাৰ্গ' আৰু অ'ভাৰ ওৱেট কাৰ্গ'ত সন্তোষ প্ৰকাশ কৰিছে।
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“এয়া উল্লেখযোগ্য কৃতিত্ব।”
***
(ৰিলিজ আই ডি : 1916641)
অতিথি কক্ষ : 151
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam