প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ইষ্টাৰৰ বিশেষ উপলক্ষত খ্ৰীষ্টান সমুদায়ৰ আধ্যাত্মিক নেতৃবৃন্দক সাক্ষাৎ কৰে

দিল্লীত থকা ছেক্ৰেড হাৰ্ট কেথেড্ৰেলৰ যাত্ৰাৰ দৃশ্যাংশ শ্বেয়াৰ কৰে

प्रविष्टि तिथि: 09 APR 2023 7:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইষ্টাৰৰ বিশেষ উপলক্ষত খ্ৰীষ্টান সমুদায়ৰ আধ্যাত্মিক নেতৃবৃন্দক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে এই উপলক্ষে দিল্লীত ছেক্ৰেড হাৰ্ট কেথেড্ৰেলৰ যাত্ৰাৰ দৃশ্যাংশও শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

"আজি, ইষ্টাৰৰ বিশেষ উপলক্ষত, মোৰ দিল্লীত থকা ছেক্ৰেড হাৰ্ট কেথেড্ৰেললৈ যোৱাৰ সুযোগ হ'ল। মই ইছাই সমুদায়ৰ আধ্যাত্মিক নেতৃবৃন্দৰ সৈতেও সাক্ষাৎ কৰো।

"ইয়াত কিছু দৃশ্যাংশ আছে।"

"ইষ্টাৰত ছেক্ৰেড হাৰ্ট কেথেড্ৰেল, দিল্লীৰ কিছুমান আলোকচিত্ৰ।

কামনা কৰিছো যে এই দিনটোৱে সমাজলৈ আৰু অধিক আনন্দ আৰু সদ্ভাৱ আনক।"

**********

DS/ST


(रिलीज़ आईडी: 1915263) आगंतुक पटल : 144
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam