প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰুৰকেলাত আদি মহোৎসৱৰ সন্দৰ্ভত টুইট শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 08 APR 2023 11:33AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ জনজাতীয় সমূদায়ৰ ঐতিহ্য আৰু সংস্কৃতিক লৈ ভাৰত গৌৰৱান্বিত বুলি আলোকপাত কৰে৷

বিধায়ক শ্ৰী ভৱানী শংকৰ ভয়ৰ এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটত কয়ঃ

“ওড়িশাৰ ৰুৰকেলাত অনু্ষ্ঠিত আদি মহোৎসৱৰ আকৰ্ষণীয় টুইট৷ আমাৰ জনজাতীয় সমূদায়ৰ ঐতিহ্য আৰু সংস্কৃতিক লৈ ভাৰতৰ গৌৰৱান্বিত৷”

***

DS/DB


(ৰিলিজ আই ডি : 1914972) অতিথি কক্ষ : 140