প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জাপানৰ জ’ট’ অগ্নিনিৰ্বাপক কেন্দ্ৰৰ দ্বাৰা পুৰস্কৃত শ্ৰীমতী দীপালী ঝাভেৰী আৰু শ্ৰী অ’টাক লৈ আনন্দিত প্ৰধানমন্ত্ৰী

Posted On: 06 APR 2023 9:47AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বৰ্ষৰ অক্টোবৰ মাহত টকিঅ’ত দাণ্ডিয়া মস্তি ২০২২ত এগৰাকী ব্যক্তিক চিপিআৰ আৰু এইডি প্ৰদান কৰি উদ্ধাৰ কৰাৰ বাবে জাপানৰ জ’ট’ অগ্নিনিৰ্বাপক কেন্দ্ৰৰ দ্বাৰা জাপানত বসবাস কৰা প্ৰৱাসী ভাৰতীয় শ্ৰীমতী দীপালী ঝাভেৰী আৰু শ্ৰী অ’টাক পুৰস্কৃত কৰাক লৈ আনন্দ প্ৰকাশ কৰে৷

ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূতৰ এক টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

“এই কথা জানিবলৈ পাই আনন্দিত হৈছো আৰু এইটোৱে এগৰাকী ক্ষতিগ্ৰস্ত ব্যক্তিক সময়মতে সহায় আগবঢ়োৱাৰ গুৰুত্বকে আলোকপাত কৰে৷”

***

DS/SH/DB


(Release ID: 1914277) Visitor Counter : 137