প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ষ্টেণ্ড আপ ইণ্ডিয়াৰ ৭ বছৰ পূৰ্ণক প্ৰশংসা কৰে
Posted On:
05 APR 2023 1:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনুসূচীত জাতি/জনজাতি সম্প্ৰদায়সমূহক শক্তিশালী কৰা আৰু মহিলা সৱলীকৰণ নিশ্চিত কৰাৰ ক্ষেত্ৰত ষ্টেণ্ড আপ ইণ্ডিয়াই যি ভূমিকা পালন কৰিছে সেয়া স্বীকাৰ কৰে। ষ্টেণ্ড আপ ইণ্ডিয়াই আজি ৭ বছৰ সম্পূৰ্ণ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"আজি আমি #7YearsofStandUpIndia-ক চিহ্নিত কৰিছো আৰু অনুসূচীত জাতি/জনজাতি সম্প্ৰদায়ক শক্তিশালী কৰা আৰু মহিলা সৱলীকৰণ নিশ্চিত কৰাৰ ক্ষেত্ৰত এই পদক্ষেপে পালন কৰা ভূমিকাক স্বীকাৰ কৰিছো। ই আমাৰ লোকসকলৰ উদ্যোগৰ মনোভাৱো বৃদ্ধি কৰিছে।"
অধিক চাবলৈ https://pib.gov.in/PressReleseDetail.aspx?PRID=1913705
***
DS/MM
(Release ID: 1914070)
Visitor Counter : 170
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam