প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীয়ে ২০২২-২৩ত জিইএমৰ দ্বাৰা সৰ্বমুঠ ব্যৱসায়িক মূল্য ২ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰাত সন্তুষ্টি প্ৰকাশ কৰে

Posted On: 31 MAR 2023 5:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয় ২০২২-২৩ত জিইএমৰ দ্বাৰা সৰ্বমুঠ ব্যৱসায়িক মূল্য ২ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰাত সন্তুষ্টি ব্যক্ত কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীযুষ গোয়েলৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"উৎকৃষ্ট! @GeM_India ই আমাক ভাৰতৰ জনসাধাৰণৰ শক্তি আৰু উদ্যমিতাৰ এক ৰেঙণি দিছে। ই বিভিন্ন নাগৰিকৰ বাবে সমৃদ্ধি আৰু উন্নত বজাৰ সুনিশ্চিত কৰিছে।"

**********

DS/SH



(Release ID: 1912977) Visitor Counter : 99