প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

স্থানান্তৰিত কৰি অনা এজনী চিতাবাঘে চাৰিটা পোৱালী জন্ম দিয়াত সন্তোষ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 29 MAR 2023 4:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত ভাৰতলৈ স্থানান্তৰিত কৰি অনা এজনী চিতাবাঘে চাৰিটা পোৱালী জন্ম দিয়াত সন্তোষ প্ৰকাশ কৰিছে। 

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱৰ এটা ‘টুইট’-ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘শ্বেয়াৰ’ কৰা ‘টুইট’-ত কয়:

"সন্তোষৰ খবৰ।"

 

 

***

DS/TS/KB


(ৰিলিজ আই ডি : 1912068) অতিথি কক্ষ : 139