প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে এলভিএম৩ৰ সফল উৎক্ষেপণৰ বাবে এনএছআইএল, ইন-স্পেচই আৰু ইছৰোক অভিনন্দন জনাইছে

Posted On: 26 MAR 2023 7:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে এলভিএম৩ৰ সফল উৎক্ষেপণৰ বাবে এনএছআইএল, ইন-স্পেচই আৰু ইছৰোক অভিনন্দন জ্ঞাপন কৰিছে।

ৱানৱেবৰ এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"৩৬টা @OneWeb উপগ্ৰহৰ সৈতে LVM3ৰ আন এক সফল উৎক্ষেপণৰ বাবে @NSIL_India @INSPACeIND @ISRO লৈ মই অভিনন্দন জনাইছো। ই আত্মনিৰ্ভৰ ভাৰতৰ প্ৰকৃত মনোভাৱেৰে বিশ্বব্যাপী বাণিজ্যিক উৎক্ষেপণ সেৱা প্ৰদানকাৰী হিচাপে দেশৰ অগ্ৰণী ভূমিকাক শক্তিশালী কৰে।"

***

DS/SH/MS



(Release ID: 1911348) Visitor Counter : 83