প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপ’ত স্বৰ্ণ জয় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে নিতু ঘংঘাছক অভিনন্দন জনাইছে

পোষ্ট কৰা হৈছে: 25 MAR 2023 10:36PM by PIB Guwahati

‘মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপ’ত স্বৰ্ণ জয় কৰাৰ বাবে নিতু ঘংঘাছক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

"অভিনন্দন

‘মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপ’ত সন্মানীয় স্বৰ্ণ পদক জয় কৰিছে @NituGhanghas333য়ে। তেওঁৰ উল্লেখনীয় কৃতিত্বত উৎফুল্লিত হৈছে ভাৰত।"

 

***

DS/AK/KB


(ৰিলিজ আই ডি : 1911093) অতিথি কক্ষ : 172