প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় চিকিৎসকসকলৰ নিপুণতা আৰু উদ্ভাৱনক প্ৰশংসা কৰে
प्रविष्टि तिथि:
15 MAR 2023 8:38PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯০ ছেকেণ্ডত আঙুৰৰ আকাৰৰ ভ্ৰূণ আৰু হৃদযন্ত্ৰৰ ওপৰত সফলতাৰে বিৰল প্ৰক্ৰিয়া সম্পাদন কৰাৰ পিছত ভাৰতীয় চিকিৎসকসকলৰ নিপুণতা আৰু উদ্ভাৱনক প্ৰশংসা কৰে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱ্যৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"ভাৰতৰ চিকিৎসকসকলৰ নিপুণতা আৰু উদ্ভাৱনৰ বাবে গৌৰৱান্বিত।"
*****
DS/TS/MM
(रिलीज़ आईडी: 1907886)
आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam