প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মালাৱি, মোজাম্বিক আৰু মাদাগাস্কাৰত ‘ফ্ৰেডী’ ঘূৰ্ণিৰ ফলত নিহতসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
15 MAR 2023 6:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালাৱি, মোজাম্বিক আৰু মাদাগাস্কাৰত ‘ফ্ৰেডী’ ঘূৰ্ণীবতাহৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।
এক ‘টুইট’যোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"মালাৱি, মোজাম্বিক আৰু মাদাগাস্কাৰত ‘ফ্ৰেডী’ ঘূৰ্ণীবতাহৰ ফলত হোৱা ধ্বংসযজ্ঞত বাৰুকৈয়ে ব্যথিত। ৰাষ্ট্ৰপতি @LAZARUSCHAKWERA, ৰাষ্ট্ৰপতি ফিলিপ নিউচি আৰু ৰাষ্ট্ৰপতি @SE_Rajoelina, শোকসন্তপ্ত পৰিয়াল আৰু ঘূৰ্ণীবতাহত ক্ষতিগ্ৰস্ত লোকসকললৈ সমবেদনা জ্ঞাপন কৰিছো। এই কঠিন সময়ত ভাৰত আপোনালোকৰ সমভাগী হৈছে।"
মালাৱি, মোজাম্বিক আৰু মাদাগাস্কাৰত ‘ফ্ৰেডী’ ঘূৰ্ণীবতাহৰ ফলত হোৱা ধ্বংসযজ্ঞৰ বাবে দুখিত।
***
DS/SH/KB
(रिलीज़ आईडी: 1907779)
आगंतुक पटल : 149
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam