প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা বাপুৰ লগতে সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
12 MAR 2023 11:15AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা বাপুৰ লগতে সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা বাপুৰ লগতে সকলোৰে প্ৰতি মই শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷ এইটো আমাৰ ৰাষ্ট্ৰৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা আছিল৷ ই বিভিন্ন ধৰণৰ অন্যায়ৰ বিৰুদ্ধে এক দৃঢ় প্ৰচেষ্টা হিচাপে স্মৰণীয় হৈ ৰ’ব।"
******
DS/SH/DB
(रिलीज़ आईडी: 1906104)
आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam