প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তি শ্ৰী সতীশ কৌশিকৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
09 MAR 2023 12:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট চলচ্চিত্ৰ ব্যক্তিত্ব সতীশ কৌশিকৰ বিয়োগত শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়;
“বিশিষ্ট চলচ্চিত্ৰ ব্যক্তিত্ব শ্ৰী সতীশ কৌশিক জীৰ অকাল মৃত্যুত যন্ত্ৰণা অনুভৱ কৰিছো। চমকপ্ৰদ অভিনয় আৰু পৰিচালনাৰ জৰিয়তে তেওঁ সৃষ্টিশীল প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰিছিল আৰু অজস্ৰজনৰ হৃদয় জয় কৰিছিল। তেওঁৰ সৃষ্টিৰাজিয়ে দৰ্শকক সদায় মনোৰঞ্জন দি থাকিব। তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।”
***
DS/TS/MS
(रिलीज़ आईडी: 1905516)
आगंतुक पटल : 125
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam