প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নেনো ইউৰিয়া হৈছে আমাৰ কৃষকসকলৰ জীৱন-যাত্ৰাত দীৰ্ঘম্যাদী পৰিৱৰ্তন সাধনাৰ্থে গ্ৰহণ কৰা একাধিক প্ৰচেষ্টাৰ এটা অংশঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 03 MAR 2023 6:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় কৃষকসকলৰ জীৱন-যাত্ৰাত দীৰ্ঘম্যাদী ইতিবাচক পৰিৱৰ্তন সাধনৰ দিশত নেনো ইউৰিয়াৰ সুফলৰ শলাগ লৈছে।

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী শোভা কাৰান্দলাজেৰ এটা টুইট শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“এয়া হৈছে আমাৰ কৃষকসকলৰ জীৱন যাত্ৰাত দীৰ্ঘম্যাদী পৰিৱৰ্তন সাধনাৰ্থে গ্ৰহণ কৰা একাধিক প্ৰচেষ্টাৰ এটা অংশ।”

 

***

DS/TS/SB


(रिलीज़ आईडी: 1904277) आगंतुक पटल : 125
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam