প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱা মহামহিম শ্ৰীযুত বোলা আহমেদ টিনুবুক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
Posted On:
03 MAR 2023 3:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে মহামহিম শ্ৰীযুত বোলা আহমেদ টিনুবুক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কৰা ‘টুইট’ত কয়;
"ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ বাবে মই মহামহিম শ্ৰীযুত বোলা আহমেদ টিনুবুক অভিনন্দন জনাইছো। আপোনাৰ নেতৃত্বত ভাৰত-নাইজেৰিয়াৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰিছো।"
***
DS/TS/KB
(Release ID: 1904023)
Read this release in:
Kannada
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam