প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰাক্তন ৰাজ্যপাল অ'পি কোহলীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
20 FEB 2023 8:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন ৰাজ্যপাল অ'পি কোহলীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"অ'পি কোহলী জীৰ বিয়োগত শোকাহত হৈছো। দিল্লীত আমাৰ দলক সুদৃঢ়কৰণৰ ক্ষেত্ৰত তেওঁ এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এগৰাকী সাংসদ আৰু ৰাজ্যপাল হিচাপে তেওঁ জনকল্যাণৰ বিষয়সমূহত মনোনিৱেশ কৰিছিল। শিক্ষা খণ্ডটোৰ প্ৰতিও তেওঁ উৎসাহী আছিল। মই তেওঁৰ পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো। ঔম শান্তি।"
***
DS/SH/SB
(ৰিলিজ আই ডি : 1901160)
অতিথি কক্ষ : 178
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam