পোষ্ট কৰা হৈছে:
08 FEB 2023 10:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৌ সেনাৰ পাইলটসকলৰ দ্বাৰা আইএনএছ বিক্ৰান্তত এলচিএ (নৌসেনা)ৰ অৱতৰণক লৈ আনন্দ প্ৰকাশ কৰিছে।
নৌসেনাৰ মুখপাত্ৰৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"চমৎকাৰ! আত্মনিৰ্ভৰশীলতাৰ প্ৰচেষ্টা সম্পূৰ্ণ উৎসাহেৰে অব্যাহত আছে।"
***
DS/ST