প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে এৰো ইণ্ডিয়া ২০২৩ৰ দৃশ্যাংশ শ্বেয়াৰ কৰে

Posted On: 13 FEB 2023 3:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এৰো ইণ্ডিয়া ২০২৩ৰ দৃশ্যাংশ শ্বেয়াৰ কৰিছে।

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;

"এৰো ইণ্ডিয়া ২০২৩-য়ে প্ৰদৰ্শিত কৰে যে ভাৰত প্ৰতিৰক্ষা আৰু এৰোস্পেচত প্ৰগতি কৰি আছে। ই বিভিন্ন দেশৰ মানুহক একেলগে এখন মঞ্চলৈ আনিছে, য'ত ই নিজৰ নৱোন্মেষণ প্ৰদৰ্শন কৰিছে।"

"এৰো ইণ্ডিয়া ২০২৩ত অনুকৰণীয় কৰ্ণাটক মণ্ডপ ভ্ৰমণ কৰিলো, য'ত তেওঁলোকে নিজৰ নৱোন্মেষণ প্ৰদৰ্শন কৰি আছে।"

 

***

DS/TS



(Release ID: 1899074) Visitor Counter : 90