প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৩ বছৰীয়া মীনাক্ষী ক্ষত্ৰিয়ক নি-ক্ষয় মিত্ৰ হিচাপে আত্মনিয়োগেৰে সঞ্চিত ধনেৰে টিবি ৰোগীৰ যত্ন লোৱাৰ বাবে প্ৰধানমন্ত্ৰীৰ শলাগ
পোষ্ট কৰা হৈছে:
04 FEB 2023 10:47AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ ১৩ বছৰীয়া মীনাক্ষী ক্ষত্ৰিয়ই নিজকে নি-ক্ষয় মিত্ৰ হিচাপে আত্মনিয়োগেৰে সঞ্চিত ধনেৰে টিবি ৰোগীসকলৰ যত্ন লৈ দাঙি ধৰা উল্লেখযোগ্য নিদৰ্শনক প্ৰশংসা কৰিছে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াৰ এটা টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“উল্লেখযোগ্য নিদৰ্শন, যিয়ে টিবিমুক্ত-ভাৰতৰ অৰ্থে প্ৰচেষ্টাক উদ্দীপনা যোগাব।”
***
DS/ST/SB
(ৰিলিজ আই ডি : 1896953)
অতিথি কক্ষ : 179
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
Kannada
,
Telugu
,
Tamil
,
Bengali
,
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati