প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গণতন্ত্ৰ দিৱসত উপস্থিত থকাৰ বাবে ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল-চিচিক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ

Posted On: 26 JAN 2023 4:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই বছৰৰ গণৰাজ্য দিৱসত উপস্থিত থাকি শোভা বৰ্ধন কৰাৰ বাবে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল-চিচিক ধন্যবাদ জ্ঞাপন কৰে।উল্লেখ্য যে ৰাষ্ট্ৰপতি চিচিক এইবাৰ ভাৰতৰ ৭৪তম গণতন্ত্ৰ দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল।

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়

"ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল-চিচিৰ ওচৰত মই কৃতজ্ঞ যে তেওঁ এই বছৰৰ গণতন্ত্ৰ দিৱস উদযাপনত তেওঁৰ অনুগ্ৰহপূৰ্ণ উপস্থিতিৰে আমাক উৎসাহিত কৰিছে @AlsisiOfficial"

***

DS/AK



(Release ID: 1894880) Visitor Counter : 120