প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে পৰীক্ষা যোদ্ধা কিতাপখনৰ পৰা 'তোমাৰ পৰীক্ষা, তোমাৰ পদ্ধতি - তোমাৰ নিজৰ ষ্টাইল বাছনি কৰা' শীৰ্ষক এটা অংশ শ্বেয়াৰ কৰে


শিক্ষাৰ্থীসকলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰাৰ উপায়বোৰ ভাগ বতৰা কৰিবলৈও আহ্বান প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 16 JAN 2023 2:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘এক্সাম ৱাৰিয়ৰ’ নামৰ কিতাপখনৰ 'তোমাৰ পৰীক্ষা, তোমাৰ পদ্ধতি - তোমাৰ নিজৰ ষ্টাইল বাছনি কৰা' শীৰ্ষক এটা অংশ শ্বেয়াৰ কৰিছে আৰু শিক্ষাৰ্থীসকলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰাৰ পদ্ধতি ভাগ বতৰা কৰিবলৈ আহ্বান জনায়।

তেওঁৰ এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

"#ExamWarriors কিতাপখনত এটা মন্ত্ৰ আছে 'তোমাৰ পৰীক্ষা, তোমাৰ পদ্ধতি – তোমাৰ নিজৰ ষ্টাইল বাছনি কৰা।' '

#ParikshaPeCharcha ৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে, মই তোমালোক সকলোকে তোমালোকে পৰীক্ষাৰ বাবে কৰা প্ৰস্তুতিৰ উপায়বোৰ ভাগ বতৰা কৰিবলৈ অনুৰোধ জনাইছো, যাৰ ভিতৰত আছে এই সম্পৰ্কীয় আকৰ্ষণীয় অভিজ্ঞতা। এইটোৱে নিশ্চিতভাৱে আমাৰ পৰীক্ষা যোদ্ধাসকলক অনুপ্ৰাণিত কৰিব। "

 

***

DS/ST


(रिलीज़ आईडी: 1892089) आगंतुक पटल : 156
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam